text stringlengths 0 88.5k |
|---|
মুম্বাই |
মুম্বাই (পূৰ্বতে বম্বে বা বোম্বাই, . ) ভাৰতৰ অন্তৰ্ভুক্ত মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী। মুম্বাই প্ৰায় ১ কোটি ৪০ লাখ মানুহৰ বাসস্থান। মুম্বাইক ভাৰতৰ অৰ্থনৈতিক কেন্দ্ৰবিন্দু বুলি কোৱা হয়, কাৰণ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বম্বে ষ্টক এক্সচেঞ্জকে আদি কৰি বহু অৰ্থনৈতিক প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় কাৰ্যালয় এই নগৰত অৱস্থিত। তদুপৰি ভাৰত... |
তেজপুৰ |
তেজপুৰ () শোণিতপুৰ জিলাৰ এখন প্ৰধান নগৰ আৰু সদৰ। তেজপুৰ উত্তৰ অসমৰ এক গুৰুত্বপূৰ্ণ ঠাই। গুৱাহাটীৰ ১৭৯ কিলোমিটাৰ পূবত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। তেজপুৰৰ দ-পৰ্বতীয়াৰ শৈল দ্বাৰ, মহাভৈৰৱ মন্দিৰ, অগ্নিগড়, চিত্ৰলেখা উদ্যান, জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতিচিহ্নৰ কাৰণেও বিখ্যাত। অসমৰ প্ৰথম স্থায়ী ছবিগৃহ জোনাকী ১৯৩... |
সাহিত্য |
লিখন-শিল্পক এক কথাত সাহিত্য () বোলা হয়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য। ‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰপৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত... |
আফ্ৰিকা |
আফ্ৰিকা () মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ (এছিয়াৰ পাছতেই)। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ (১১,৬৬৮,৫৯৮ বৰ্গমাইল)। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠৰ ২০.৪% জুৰি অৱস্থিত।Sayre, April Pulley. (1999) Africa, Twenty-First Century Book... |
এণ্টাৰ্কটিকা |
এণ্টাৰ্কটিকা পৃথিৱী এখন মহাদেশ। কুমেৰু অৰ্থাৎ দক্ষিণ মেৰুত এই মহাদেশৰ অৱস্থিত, আৰু এই মহাদেশক পৰিবেষ্টন কৰি আছে দক্ষিণ মহাসাগৰ। এণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণতম মহাদেশ হোৱাৰ লগতেই আটাইতকৈ শীতলতম আৰু শুষ্কতম মহাদেশ। ইয়াৰ গড় উচ্চতা আৰু বায়ুপ্ৰবাহবেগও মহাদেশবোৰৰ ভিতৰত সৰ্বাধিক। এণ্টাৰ্কটিকা এক মৰুভূমি হিচাবে বিবেচনা কৰা হ... |
ওচেনিয়া |
প্ৰশান্ত মহাসাগৰৰ মধ্যভাগ আৰু দক্ষিণাংশৰ দ্বীপসমূহক একেলগে ওচেনিয়া বুলা হয়। এই অঞ্চলক চাৰিটা ভাগত ভাগ কৰা হৈছে - মেলানেচিয়া (বৰ্তমানে অষ্ট্ৰেলেচিয়া), মাইক্ৰোনেচিয়া, পলিনেচিয়া আৰু মালয় আৰ্কিয়োপ্লাগো। শ্ৰেণী:মহাদেশ |
গণিত |
পৰিমাণ (quantity), গঠন (structure), পৰিবৰ্তন (change) আৰু স্থান (space)-বিষয়ক গৱেষণাকে সাধাৰণতে গণিত বোলা হয়। অন্য কিছুমানৰ মতে গণিত হ'ল "চিত্ৰ (figure) আৰু সংখ্যাৰ (number) গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা। গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গিৰ মতে গণিতৰ ভিন ভিন সংজ্ঞা দেখা যায়। বিধিগত (formal) দৃষ্টি... |
বিজ্ঞান |
বিজ্ঞান (Science, লেটিন শব্দ scientiaৰ পৰা যাৰ অৰ্থ "জ্ঞান") হৈছে এক প্ৰণালীবদ্ধ অধ্যয়ন য'ত বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় জ্ঞানসমূহ অৰ্জন কৰি প্ৰামাণ্য বৈজ্ঞানিক তত্ত্ব বা সম্ভাৱনাৰ ৰূপত সংগঠিত কৰি ৰখা হয়Ludwik Fleck (1935), Genesis and Development of a Scientific Fact reminds us that before a specific fact 'existed', i... |
নেপাল |
নেপালৰ ( ), চৰকাৰী নাম হৈছে সংঘীয় লোকতান্ত্ৰিক গণতন্ত্ৰ নেপাল। দক্ষিণ এছিয়াত অৱস্থিত নেপাল এখন সাৰ্বভৌমত্ব ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ১৪৭,১৮১ বৰ্গ কিঃমিঃ (৫৬,৮২৭ বৰ্গ মাইল)http://census.gov.np/images/pdf/Population%20Census%20Prelliminary%20Report%202011.pdf আৰু জনসংখ্যা প্ৰায় ২.৭ কোটি। নেপালৰ উত্তৰ দিশত চীন দেশ, দক... |
বাংলাদেশ |
বাংলাদেশ দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ। দেশখনৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত ভাৰত আৰু দক্ষিণ-পূব সীমাত ম্যানমাৰ; দক্ষিণে বঙ্গোপসাগৰ। বাংলাদেশ আৰু ভাৰতীয় অঙ্গৰাজ্য পশ্চিমবংগই একেলগে এটা বঙালীভাষী অঞ্চল গঠন কৰে। যাৰ ঐতিহাসিক নাম “বঙ্গ” বা “বাংলা”। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত পাকিস্তানৰ পূৰ্ব অংশ (পূৰ্ব পাকিস্তান) হিচাপে বাংল... |
অসমৰ সংগীত |
উত্তৰ-পূব ভাৰতৰ অসমৰ সংগীতসমূহ হ’ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীতসমূহৰ পৰা পৃথক কৰি চিনিব পাৰি। এই সংগীতসমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাৱ দেখা যায়। ==বিবিধ প্ৰকাৰৰ সংগীতসমূহ== ... |
মংগোলিয়া |
মংগোলিয়া (;; , আভিধানিক অৰ্থ: মংগোল দেশ/ৰাজ্য) পূব আৰু মধ্য এছিয়াৰ এখন দেশ। দেশখনৰ চাৰিওফাল ভূ-ভাগেৰে আৱৰা। ইয়াৰ ৰাজধানী উলান বাটোৰ। মংগোলিয়া হৈছে এখন বহুদলীয় সংসদীয় গণতান্ত্ৰিক দেশ। == ভৌগোলিক অবয়ৱ == মঙ্গোলিয়া হৈছে মূলতঃ স্থলবন্দী উচ্চ মালভূমিৰ দেশ। উত্তৰে ৰাছিয়া, পূব, দক্ষিণ আৰু পশ্চিমে চীনৰ বিশাল ভূ ভাগেৰে... |
সহযোগিতামূলক সম্পাদনা |
আক্ষৰিক অৰ্থত "একাধিক ব্যক্তিয়ে সমিলমিলেৰে একেটা কাম সমাধা কৰা কাৰ্যকে" সহযোগিতামূলক সম্পাদনা বা ইংৰাজীত "Collaborative editing" বোলা হয়। সহযোগিতামূলক সম্পাদনা সফল হ'বলৈ গোটসমূহৰ সজাগতা, অংশগ্ৰহণ আৰু সমন্বয় অতিকৈ আৱশ্যক।Lowry, Paul Benjamin, Aaron Mosiah Curtis and Michelle Rene Lowry. "A Taxonomy of Collaborative W... |
মহাদেশ |
মহাদেশ () শব্দটোৱে পৃথিৱীৰ সুবৃহৎ ভূখণ্ডসমূহৰ একো একোটা বৃহৎ অংশক বুজায়। পৃথিৱীৰ ভূখণ্ডক মহাদেশত ভাগ কৰাৰ কোনো এক নিৰ্দিষ্ট নিয়ম নাই।"Most people recognize seven continents—Asia, Africa, North America, South America, Antarctica, Europe, and Australia, from largest to smallest—although sometimes Europe and Asia are co... |
কলিকতা |
কলিকতা বা কলকাতা (; বা , ) পশ্চিমবংগৰ ৰাজধানী, প্ৰদান বাণিজ্য কেন্দ্ৰ আৰু বৃহত্তম নগৰ। বঙালীত "কোলকাতা"ক আগতে "কলিকাতা" বুলি কোৱা হৈছিল। ই ভাৰতৰ মহানগৰসমূহৰ ভিতৰত অন্যতম। হুগলীৰ পূব দিশত অৱস্থিত এই নগৰৰ পৌৰ এলেকাৰ জনসংখ্যা ৫০ লাখৰো অধিক। কলিকতা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী জিলাসমূহৰ অংশবিশেষক লৈ গঠিত বৃহত্তৰ কলিকতাৰ জনসংখ্যা... |
দিল্লী |
দিল্লী (, ), আধিকাৰীক নাম দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (, NCT), হৈছে ভাৰতৰ এক মহানগৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাজধানী নতুন দিল্লী ইয়াৰ অন্তৰ্গত। * * * দিল্লীৰ চাৰিসীমাৰ তিনিদিশত হাৰিয়ানা ৰাজ্য (গুড়গাঁও জিলা, ফৰিদাবাদ জিলা, ঝজ্জৰ জিলা আৰু চ'নিপট জিলা) আৰু পূব দিশত উত্তৰ প্ৰদেশ ৰাজ্য (গৌতম বুদ্ধ জিলা, গাজি... |
অসমীয়া লোক-সংস্কৃতি |
কোনো এটা জাতিৰ বৈশিষ্ট্যসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম, শিক্ষা, চৰ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল। ==অসমীয়া সংস্কৃতিৰ বিভিন্ন প্ৰতীক== বিভিন্ন প্ৰতীক আৰু বস্তুৱে সংস্কৃতি এটাৰ... |
ভাৰত |
ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ () দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা প্ৰথম তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মুঠ উপকূলৰ দৈৰ্ঘ্য হ'ল ৭,৫১৭ কিলো... |
ভাষা |
ভাষা নিৰ্দিষ্ট এক ভৌগোলিক পৰিৱেশৰ মাজত নিৰ্দিষ্ট এক জনসংখ্যাই প্ৰায় একে ধৰণৰ ধ্বনি উচ্চাৰণ কৰি তাৰ মাজেদি পৰস্পৰ বোধ্য অৰ্থ বা শব্দ বা শব্দ সমষ্টিৰে বাক্য সৃষ্টি কৰি ভাব বিনিময় কৰাকে বা মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা () বোলে। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা স... |
শোণিতপুৰ জিলা |
শোণিতপুৰ (ইংৰাজী: Sonitpur) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ। ২০১১ চনৰ লোকপিয়লhttp://www.census2011.co.in/district.php District Census 2011 অনুসৰি নগাঁও আৰু ধুবুৰীৰ পিছত তৃতীয় জনবহুল জিলা। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিত... |
মৰিগাঁও জিলা |
মৰিগাঁও জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৫খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থানৰ নামও মৰিগাঁও। পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল। ১৯৮৯ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়। সমগ্ৰ অসম তথা উত্তৰপূৰ্বাঞ্চল বিখ্যাত জোনবিল মেলা এই জিলাতে অনুষ্ঠিত হয়। পবিতৰা অভয়াৰণ্যৰ বাবেও মৰিগাঁও জিলা জনাজাত। ==নামৰ উৎপত্তি== আগত... |
কামৰূপ মহানগৰ জিলা |
কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন। ==ইতিহাস== কামৰূপ মহানগৰ জিলাখন ২০০৩ চনৰ ৩ ফেব্ৰুৱাৰীত পুৰণি কামৰূপ জিলাখনক দুভাগত বিভক্ত কৰি গঠন কৰা হয়। ==ভুগোল== কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত। জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে। ==জনগাঁথনি== ২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহা... |
হাইলাকান্দি জিলা |
হাইলাকান্দি অসমৰ বৰাক উপত্যকাৰ এখন জিলা। ই অসমৰ একেবাৰে দক্ষিণ চুকত অৱস্থিত। ইয়াৰ সদৰ ঠাই হাইলাকান্দি নগৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা ৩৫০ কি.মি. নিলগত। জিলাখনৰ অৱস্থিতি বৰাক উপত্যকাৰ মাজমজিয়াত। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূব দিশ বৰাক নদী আৰু কাছাৰ জিলাই আগুৰি আছে। দক্ষিণ আৰু দক্ষিণ-পূবত মিজোৰাম ৰাজ্য। পশ্চিমে কৰিমগঞ্জ জি... |
নদী |
নদী হৈছে স্থলপথেৰে বা গুহাৰ ভিতৰত নিম্ন উচ্চতাত থকা আন এটা পানীৰ ফালে বৈ যোৱা মিঠা পানীৰ প্ৰাকৃতিক ধাৰা, যেনে সাগৰ, হ্ৰদ, বা আন নদী। নদী এখনৰ পানী শেষ হ’লে নিজৰ গতিপথৰ শেষত উপনীত হোৱাৰ আগতে শুকাই যাব পাৰে, বা কেৱল কিছুমান বিশেষ ঋতুতহে বৈ যাব পাৰে। নদীসমূহ জলচক্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, যিবোৰ প্ৰক্ৰিয়াৰ দ্বাৰা পানী পৃ... |
লাচিত বৰফুকন |
লাচিত বৰফুকন বুৰঞ্জীমতে ফু-কন লুং লা-চিত (, ) আছিল আহোম ৰাজ্যৰ নৱমজন বৰফুকন (ফু-কন লুং)। ১৬৭১ চনত তেখেতে আহোম সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। ==পৰিয়াল== লাচিত বৰফুকনৰ জন্ম গড়গাঁৱৰ ওচৰতে দ... |
অৰুণাচল প্ৰদেশ |
অৰুণাচল প্ৰদেশ (, ) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক। সংস্কৃতত অৰুণাচল প্ৰদেশৰ অৰ্থ "পুৱতিৰ আলোকেৰে আলোকিত দেশ " উত্তৰ-পূব ভাৰতত ইয়াৰ অৱস্থানৰ বাবে অৰুণাচল প্ৰদেশক সূৰ্... |
চৰ্যাপদ |
চৰ্যাপদ হৈছে অসম , বংগ , বিহাৰ আৰু ওড়িশাৰ তান্ত্ৰিক পৰম্পৰাৰ পৰা বৌদ্ধ ধৰ্মৰ বজ্ৰায়ণ পৰম্পৰাত উপলব্ধিৰ গীতৰ ৰহস্যময় কবিতা সংকলন ৷ চৰ্যাপদ ৮ম-১৩শ শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। প্ৰত্যেকটো চৰ্যা সাঁথৰৰ দৰে, ইয়াৰ বাহ্যিক অৰ্থ অতি সহজ কিন্তু মৰ্মাৰ্থ বা গূঢ়াৰ্থ বুজা কঠিন। চৰ্যাপদসমূহক... |
বিহু |
বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে দাঁতি-কাষৰীয়া কিছুমান ৰাজ্যৰ কোনো কোনো জাতি-জনজাতিৰ মাজতো বিহু বা ইয়াৰ সমধৰ্মী উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এটা বিশেষ বৈশিষ্ট্য হ’ল—ই জাতি-বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা উৎসৱ। বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী... |
শিৱসাগৰ |
শিৱসাগৰ বা চে'-মুন() অসমৰ শিৱসাগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা সদৰ।বৰুৱা (১৯৩০) (টাই-আহোম ভাষা, ইংৰাজী ভাষাত), আহোম-বুৰঞ্জী, বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা আহোম ৰাজত্ব কালত নিমাৰ্ণ কৰা বিভিন্ন কীৰ্তিচিহ্ন নগৰ তথা সমগ্ৰ শিৱসাগৰ জিলাতে আছে। ই গুৱাহাটীৰ উত্তৰ-পূবে প্ৰায় ৩৬০ কিলোমিটাৰ (২২৪ মাইল) দূৰৈত অৱস্থিত। চহৰখনক... |
শংকৰদেৱ |
শ্ৰীমন্ত শংকৰদেৱ (, জন্ম: ১৪৪৯ - মৃত্যু: ১৫৬৮) এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। সেইবাবেই তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে শঙ্কৰদেৱক “সৰ্বগুণাকৰ’’ শব্দৰে অভিহিত কৰিছিল।শঙ্কৰদেৱ আৰু অংকীয়া নাট-ড° নগেন শইকীয়া: ভাওনা ঐতিহ্য আৰু বিস্তৃত... |
ব্ৰহ্মপুত্ৰ নদ |
ব্ৰহ্মপুত্ৰ (; Khae Nam Daw Phie, Tibetan: ཡར་ཀླུངས་གཙང་པོ་) হৈছে ভাৰত তথা অসমৰ এক প্ৰধান নদী। এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰেও জনা যায়। প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। ই ভাৰতৰ একমাত্ৰ পুৰুষ নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড... |
লক্ষ্মীনাথ বেজবৰুৱা |
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। চুটিগল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়নৰ উপৰি কবিতা, নাটক আৰু সাংবাদিকতাতো বেজবৰুৱাৰ অৱদান অমূল্য। মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা বেজবৰুৱাৰ সাহিত্যত প্... |
কীৰ্তন-ঘোষা |
কীৰ্তন-ঘোষা হৈছে আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা 'এক শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে ৰচিত এখন কাব্য। কীৰ্তন ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়। প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল। কীৰ্ত... |
অসমীয়া সাহিত্য |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.