text stringlengths 0 188k |
|---|
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>কলিয়াবৰৰ বুঢ়াপাহাৰৰ সমীপৰ দেওচুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাকত খুন্দা মাৰি জ্বলি উঠিল হুণ্ডাই ভেনো। শিশুসহ ভেনোখনৰ ৫ লোক আহত হোৱাৰ লগতে এজন লোক নিহত হৈছে। |
নিহতজন জখলাবন্ধা ঠাকুৰবাৰীৰ চন্দন বাচাৰ(৫০)। নিজৰ ভাতৃৰ জোৰণ দিবলৈ গৈ এইদৰে দুৰ্ঘটনাত নিহত হ’ল লোকজন। |
শিশুসহ ভেনোখনৰ অন্য পাঁচজন লোক আহত হয়। আহত সকল হ’ল- নন্দন বাচাৰ(৫৫), সুজিত বাচাৰ(৪২), চুমা বাচাৰ(৩৬), দীপা পাল(৪৮) আৰু এবছৰীয়া নীৰৱ বাচাৰ। |
দুৰ্ঘটনাগ্ৰস্ত ভেনো খনৰ নম্বৰ এ এছ ০১ ই এক্স ২৫১৫ আৰু ট্ৰাকখনৰ নম্বৰ এ এছ ০১ এন চি ২৯৫১। |
উল্লেখ্য যে, জখলাবন্ধাৰ ঠাকুৰবাৰীৰ পাপু বাচাৰ নামৰ যুৱকজনৰ বিবাহ উপলক্ষে জোৰণৰ অনুষ্ঠানত অংশ ল’বলৈ হুণ্ডাই ভেনো বাহনখনত জখলাবন্ধাৰ পৰা কুঠৰীৰ কইনা গৃহলৈ যাত্ৰা কৰিছিল বাচাৰ পৰিয়ালৰ ৬ জন লোক। |
লগতে পঢ়ক: মুম্বাইৰ বহু মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭জন লোকৰ মৃত্যু, আহত ১৫জন |
বুঢ়াপাহাৰৰ সমীপৰ দেওচুৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকক অ’ভাৰটেক কৰিবলৈ গৈ ট্ৰাকখনত খুন্দা মাৰে বাহনখনে। |
এই দুৰ্ঘটনাটোৰ কিছু সময়ৰ পিছতে দাউ দাউকৈ জ্বলি উঠে ভেনো বাহনখন। অৱশ্যে বাহনখন জ্বলি উঠাৰ পূৰ্বে বাহিৰ কৰা হয় লোক কেইজনক। |
স্থানীয় লোকৰ সহযোগত লোককেইজনক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তাৰে চন্দন বাচাৰ নামৰ লোকজনক নিহত বুলি ঘোষণা কৰে চিকিৎসকে। |
দুৰ্ঘটনাত পতিত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকজনৰ গাড়ীখন। ফটো: নৰ্থইষ্ট নাও। |
আনহাতে, আহতসকলক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসামহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয়। |
ইফালে, এই দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত দুৰ্ঘটনাত পতিত হয় কলিয়াবৰৰ এজন সাংবাদিক গৌতম বৰা। |
নিজৰ ৱেগ’নাৰ খনৰে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত জখলাবন্ধাৰ বাঘজানত এখন ট্ৰাকৰ লগত সংঘৰ্ষ হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় সাংবাদিক গৌতম বৰা। আহত সাংবাদিকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। |
Recent News |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কৃষি উন্নয়ন বিষয়াৰ বাছনিৰ নামত এ পি এছ চিত সংঘটিত বিত্তীয় অনিয়ম আৰু জালিয়াতিত জড়িত থকাৰ অভিযোগত ভঙাগড় থানাৰ ১৫৯/২০১৭ নম্বৰৰ গোচৰত মহানগৰ আৰক্ষীয়ে শুকুৰবাৰে ৰহমানক গ্ৰেপ্তাৰ কৰে। |
উল্লেখ্য যে ধনৰ বিনিময়ত চাকৰি প্ৰদানৰ কেলেংকাৰি সন্দৰ্ভত ডিব্ৰুগড় থানাত ৰুজু হোৱা ৯৩৬/২০১৬ নং গোচৰত (এ পি এছ চি কেলেংকাৰিৰ মূল গোচৰটো) ২০১৬ চনৰ ৯ নৱেম্বৰত তেতিয়াৰ অন্যতম সদস্য ছামেদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছিল। দীৰ্ঘদিন কাৰাবন্দী হৈ থকাৰ পিছত উক্ত গোচৰত অভিযুক্ত ছামেদুৰ ৰহমানে ২০১৭ চনৰ ৩১ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়... |
কিন্তু কৃষি উন্নয়ন বিষয়াৰ বাছনি কেলেংকাৰিৰ গোচৰত এ পি এছ চিৰ অন্যতম দুৰ্নীতিগ্ৰস্ত সদস্য ৰহমানক পুনৰবাৰ গ্ৰেপ্তাৰ হয়। |
গুৱাহাটীৰ হাতীগাঁৱৰ বাসগৃহৰপৰা গ্ৰেপ্তাৰ কৰি অনা অভিযুক্ত ৰহমানক শুকুৰবাৰে নিশাটো আৰক্ষীৰ বিশেষ শাখাত ৰাখি সোধ-পোছ কৰে। আৰক্ষীয়ে আজি তেওঁক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰাব। |
আনহাতে, কৃষি উন্নয়ন বিষয়াৰ বাছনি কেলেংকাৰিৰ গোচৰটোত এ পি এছ চিৰ নিলম্বিত অধ্যক্ষ ৰাকেশ কুমাৰ পাল আৰু প্ৰাক্তন সদস্য ডঃ বসন্ত কুমাৰ দলে বৰ্তমানো কাৰাবন্দী হৈ আছে। |
এক সূত্ৰৰ অনুসৰি এই গোচৰত একাধিক কৃষি উন্নয়ন বিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। |
Recent News |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
দ্বাদশ বৰ্ষ,চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৪ শক, নৱেম্বৰ , ২০২২ |
মুখ্যপৃষ্ঠা |
সম্পাদকীয় |
সাক্ষাৎকাৰ |
প্ৰবন্ধ |
গল্প |
কবিতা |
ধাৰাবাহিক |
ভিন্নস্বাদ |
ৰহঘৰা |
আমাৰ বিষয়ে |
দ্বাদশ বৰ্ষ, চতুৰ্থ সংখ্যা আঘোণ, ১৯৪৪ শক, নৱেম্বৰ, ২০২২ |
মুখ্যপৃষ্ঠা |
সম্পাদকীয় |
সাক্ষাৎকাৰ |
প্ৰবন্ধ |
গল্প |
কবিতা |
ধাৰাবাহিক |
ভিন্নস্বাদ |
ৰহঘৰা |
আখল |
স্বাস্থ্যকথা |
বোলছবি |
গ্ৰন্থ আলোচনা |
দেশে-বিদেশে |
ক্ৰীড়া |
অনুভৱ |
অনুবাদ |
শিশু-শিতান |
সম্পাদকলৈ চিঠি |
ভাল খবৰ |
শিল্প-ভাস্কৰ্য্য |
শ্ৰব্য-নাট |
ৱিকিপিডিয়া বাৰ্তা |
সৰিয়হ ফুল |
অসমীয়া লিখন সঁজুলি |
ই-কিতাপ |
সংখ্যাটোত আঁৰত |
সম্পাদনা সমিতি |
প্ৰাক্তন সম্পাদকসকল |
সাহিত্যৰ এপ |
আমাৰ বিষয়ে |
Skip to content |
সাহিত্য ডট অৰ্গ |
চিৰ চেনেহী মোৰ ভাষা জননী |
home |
Privacy Policy for Xahitya Dot ORG |
অনুবাদ |
অনুভৱ |
অসমীয়া লিখন সঁজুলি |
আখল |
আমাৰ বিষয়ে |
ই-কিতাপ |
কবিতা |
ক্ৰীড়া |
গল্প |
গ্ৰন্থ আলোচনা |
দেশে-বিদেশে |
ধাৰাবাহিক |
প্ৰবন্ধ |
প্ৰাক্তন সম্পাদকসকল |
বোলছবি |
ভাল খবৰ |
ভিন্নস্বাদ |
ৰহঘৰা |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.