text stringlengths 0 188k |
|---|
By W7S News at November 03, 2022 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: গুৱাহাটী |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
মন্তব্য |
Archive |
Archive November (55) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>অসম আৰক্ষীৰ বিশেষ শাখ... |
অহা ৩১ অক্টোবৰত দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া এ পি ৰাউটৰ পৰা ভট্টাচাৰ্যই অসমাৰিক প্ৰতিৰক্ষা তথা গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিব। |
উল্লেখযোগ্য যে নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে পৰৱৰ্তী কোনো নিৰ্দেশনা জাৰি নকৰালৈকে ভট্টাচাৰ্যই অসম আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ সঞ্চালকৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰি থাকিব। |
গৃহ বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে ভট্টাচাৰ্যই বিশেষ শাখাৰ দায়িত্বত থাকিবই আৰু তেওঁক এই দায়িত্বৰ পৰা আঁতৰোৱাৰ কোনো সম্ভাৱনা নাই। |
আনহাতে, আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ সঞ্চালক প্ৰধান এ কে ঝাক অহা ১ নৱেম্বৰ, ২০১৮ ৰ পৰা কাৰ্যকৰী হোৱাকৈ ‘ দৰমহা নিৰিখৰ পৰ্যায় ১৬’ পদত কাৰ্যনিৰ্বাহত অনুমোদন জনায়। |
Recent News |
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক |
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
প্ৰডাক্ট মডিউল শক্তি(W) ভিন(VAC) Vout(ভিডিচি) আউটপুটৰ সংখ্যা পৃথকীকৰণ(VAC) পেকেজ মাত্ৰা(মিমি) পৰীক্ষাৰ প্ৰতিবেদন |
HM100-D24V5-5V3 100 90~264 5;25 2 3000 তাঁৰ সংযোগ 159*99*38 |
পূৰ্ৱবৰ্তী: SM60-SXX ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে |
এটাৰ পাচৰ: |
ট্যাগসমূহ: AC-DC শক্তি যোগান নিৰ্মাতাসকল, china AC-DC শক্তি যোগান কাৰখানা, চীন এচি-ডিচি শক্তি যোগান নিৰ্মাতা |
প্ৰাসংগিক তথ্য |
2022-9-21 |
এটা শক্তি মডিউল ডিজাইন কৰাৰ সময়ত আপুনি কি বিবেচনা কৰিব লাগিব |
যদি আপুনি এজন চুইচিং শক্তি যোগান কাৰিকৰী অভিযন্তা, আপুনি শক্তি মডিউলৰ পৰিচয় পঢ়াৰ প্ৰয়োজন নাই। যেতিয়া আপুনি এতিয়াও এজন নবীন, বা মাইক্ৰ’কণ্ট্ৰ’লাৰ ডিজাইন শিকি আছে, তেতিয়া শব্দে শব্দে তললৈ চোৱাটোৱেই উত্তম। এটা শক্তি মডিউল বাছনি কৰাৰ সুবিধাসমূহ বৰ্তমান, বিভিন্ন বিতৰকে বিক্ৰী বজাৰত বিভিন্ন ধৰণৰ বিভিন্ন শক্তি মডিউল মুক... |
সবিশেষ চাওক |
2022-11-17 |
যদি আপুনি এটা শক্তি মডিউল ডিজাইন কৰিব বিচাৰে, তেন্তে কি কি দিশ বিবেচনা কৰিব লাগিব? |
If you are a switching power supply technical engineer, there is no need to look at the introduction of power modules. When you are still a novice, or learn SCM design, it is best to look down word by word. How to choose the right power module Principle and technology of circuit design Only from a professional point of... |
সবিশেষ চাওক |
2022-11-9 |
মোৰ ওচৰৰ সঠিক AC to DC কনভাৰ্টাৰ কেনেকৈ বাছি লব |
যদি আপুনি আপোনাৰ ওচৰৰ সৰ্বোত্তম AC to DC converter বিচাৰিছে তেন্তে zyg ত আমাক অনুসৰণ কৰক। AC to DC কনভাৰ্টাৰ কি আৰু ইয়াৰ প্ৰয়োজন কিয়? AC ৰ পৰা DC লৈ ৰূপান্তৰক হৈছে এনে ডিভাইচ যি বিকল্প কাৰেণ্ট (AC) লৈ প্ৰত্যক্ষ কাৰেণ্ট (DC) লৈ ৰূপান্তৰ কৰিবলে ব্যৱহাৰ কৰা হয়। এইটো প্ৰয়োজনীয় কাৰণ বেছিভাগ ডিভাইচে কাম কৰিবলৈ DC ৰ প্ৰ... |
সবিশেষ চাওক |
2022-11-18 |
পাৱাৰ মডিউল কেনেকৈ বাছি লব আৰু সাৱধানতা, প্ৰত্যেকটোৱেই অতি গুৰুত্বপূৰ্ণ |
উন্নত প্ৰযুক্তিৰ এই যুগত শক্তি মডিউল বিচাৰি পোৱাটো কঠিন নহয়, আৰু বহুতো বৈদ্যুতিক সঁজুলিৰ প্ৰয়োজন হয়। ইমান সাধাৰণ যেন লগা বস্তু, কিন্তু আচলতে ইয়াৰ ডাঙৰ ভূমিকা আছে, কাৰণ মেচিনটোৰ স্বাভাৱিক কাৰ্য্যকলাপৰ লগত পাৱাৰ চাপ্লাইৰ বহুখিনি সম্পৰ্ক আছে। যিহেতু ই ইমানেই গুৰুত্বপূৰ্ণ, গতিকে ইয়াক ক্ৰয় আৰু ব্যৱহাৰ কৰাৰ সময়ত অধিক ... |
সবিশেষ চাওক |
2022-9-2 |
চীনৰ শ্ৰেষ্ঠ ডিচি-ডিচি কনভাৰ্টাৰ নিৰ্মাতাসকল, আপোনাৰ প্ৰয়োজন য'ত আপোনাৰ শক্তি পাওক! |
বেটাৰী বা অন্য শক্তিৰ উৎসৰ পৰা প্ৰত্যক্ষ বিদ্যুৎ প্ৰবাহ (DC)ক অন্য ভল্টেজ স্তৰলৈ ৰূপান্তৰিত কৰিবলৈ ডিচি-ডিচি কনভাৰ্টাৰ ব্যৱহাৰ কৰা হয়। ডিচি-ডিচি কনভাৰ্টাৰ হৈছে এটা ইলেক্ট্ৰনিক চাৰ্কিট যিয়ে চুইচিং ডিভাইচ ব্যৱহাৰ কৰি এটা ভল্টেজ লেভেল আন এটালৈ ৰূপান্তৰিত কৰে। ডিচি-ডিচি কনভাৰ্টাৰ বিভিন্ন আউটপুট ভল্টেজ আৰু শক্তি ৰেটিংত উপ... |
সবিশেষ চাওক |
2022-11-3 |
What is a DC DC Converter and what are the benefits? |
A DC DC converter, or step-up converter, is a device that converts a low voltage DC signal into a higher voltage DC signal. This type of converter is commonly used in applications where a higher voltage is required, such as in power supplies, motor controllers, or lighting systems. What is a DC DC converter? A DC DC co... |
ইতিমধ্যে ইমৰান খান চৰকাৰৰ অন্যতম মিত্ৰশক্তিয়ে সংগ ত্যাগ কৰাৰ পিছত ইমৰান খান নেতৃত্বাধীন চৰকাৰৰ খনৰ পতন নিশ্চিত হৈছে। তাৰ পিছতো অৱশ্যে আশা এৰা নাই প্ৰধানমন্ত্ৰী ইমৰান খানে। ইমৰান খানে দাবী কৰিছে যে আজি অনুষ্ঠিত হ’বলগীয়া অনাস্থা ভোটৰ বাবে তেওঁৰ ওচৰত একাধিক পৰিকল্পনা আছে। |
শনিবাৰে এক বিবৃতিৰ ইমৰান খানে কয়, “একেবাৰে চিন্তা নকৰিব। এজন অধিনায়কৰ সদায়ে এটা পৰিকল্পনা থাকে। মোৰ ওচৰত একাধিক পৰিকল্পনা আছে। ঈশ্বৰে ইচ্ছা কৰিলে, আমি কাইলৈ জিকিম। মই তেওঁলোকক বিধানসভাত পৰাজিত কৰিম।” |
চলিত সপ্তাহৰ আৰম্ভণিতে ইমৰান খান চৰকাৰৰ মুখ্য সহযোগী মুত্তাহিদা কৌমি মুভমেণ্ট-পাকিস্তান (এমকিউএমপি)য়ে বিৰোধীপক্ষক সমৰ্থন আগবঢ়োৱাৰ পিছত সংসদৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। |
পাকিস্তানী নেচনেল এচেম্বলীৰ মুঠ সদস্যৰ সংখ্যা ৩৪২ জন। আনহাতে সংখ্যাগৰিষ্ঠতা লাভৰ বাবে প্ৰয়োজনীয় সংখ্যা ১৭২। ইমৰান খান চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ সফল হোৱাৰ বাবে বিৰোধীয়ে প্ৰয়োজনীয় সংখ্যা লাভ কৰিছে বুলি দাবী কৰিছে। |
পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্মুখীন হোৱা এনে অস্থিৰতাক বিদেশী ষড়যন্ত্ৰ আখ্যা দিছে। এই ষড়যন্ত্ৰত পাকিস্তানৰ কিছুমান ৰাজনীতিবিদে সহায় কৰি আছে বুলি অভিযোগ কৰিছে খানে। |
ইমৰান খানে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ৰচনা কৰা এই বিদেশী ষড়যন্ত্ৰক প্ৰতিহত কৰিবলৈ পাকিস্তানৰ যুৱক-যুৱতীসকলক শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়। |
তেওঁ কয়, “এই মুহূৰ্তত চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে আৰু প্ৰমাণিত হৈছে যে ৰাজনীতিবিদসকলক চৰকাৰ খন উৎখাত কৰিবলৈ ছাগলীৰ দৰে ক্ৰয় কৰা হৈছে।” |
“চৰকাৰী দস্তাবেজত কোৱা হৈছে যে যদি পাকিস্তানে ইমৰান খানক আঁতৰ কৰে, আমেৰিকাৰ সৈতে পাকিস্তানৰ সম্পৰ্ক উন্নত হ’ব।” তেওঁ কয়। |
“মই বিচাৰো যে আপোনালোক আজি আৰু কাইলৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰক। শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে ওলাই আহক।” ইমৰান খানে শনিবাৰে কয়। |
আনহাতে প্ৰতিবাদকাৰীসকলক পাকিস্তান সেনাক সমালোচনা নকৰিবলৈও তেওঁ আহ্বান জনায়। পাকিস্তান সেনাৰ সৈতে তেওঁৰ বিবাদৰ অভিযোগো খাৰিজ কৰে খানে। |
তেওঁ কয়, “সেনাৰ সৈতে মোৰ কোনো বিভেদ নাই। সেনাই নিৰপেক্ষ হৈ থকাৰ সিদ্ধান্ত লৈছিল আৰু আমি এই সিদ্ধান্তক সন্মান কৰোঁ।” |
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইমৰান খানে কয় যে পাকিস্তান সামৰিক বাহিনীয়ে তেওঁক তিনিটা বিকল্প দিছিল – অনাস্থা ভোট, আগতীয়া নিৰ্বাচন বা প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ। |
ইমৰান খানে কয়, “মই বিশ্বাস কৰোঁ আগতীয়া নিৰ্বাচন হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প। মই কেতিয়াও পদত্যাগ কৰাৰ কথা বা অনাস্থা ভোটৰ কথা ভাবিব নোৱাৰো। মই বিশ্বাস কৰোঁ যে মই শেষ মুহূৰ্তলৈকে যুঁজ দিম।” |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
পাগলাদিয়া নদীৰ বাঢ়নী পানীত জলবন্দী হোৱা লোক সকলক ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনাৰ বাবে বাক্সা জিলা প্ৰশাসন আৰু বি টি চি কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা দ্ৰুত গতিত পানী বৃদ্ধি পোৱাত বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হলাপাৰ, নিছলামাৰী আৰু কদমতলা ৰিজাৰ্ভৰ জলবন্দী হৈ পৰা লোক সকলক দুখনকৈ এছ ড... |
বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু বাগানপাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত বানাক্ৰান্তক উদ্ধাৰ অভিযান অব্যাহত ৰখা ৰাখিছে এছ ডি আৰ এফ বাহিনীৰ জোৱান সকলে৷ এছ ডি আৰ এফ বাহিনীয়ে উজিৰখাট আৰু গড়ভিতৰতো নাৱেৰে বানত আৱদ্ধ লোক সকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনাৰ ব্যৱস্থা কৰিছে। বি টি চি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৱে বানাক্ৰ... |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.