audio audioduration (s) 1.02 14.8 | text stringlengths 7 116 | gender class label 2
classes |
|---|---|---|
তাৰ পিছত চিলনীৰ জীয়েক আৰু সপ্তমজনী ঘৈণীয়েকৰ সৈতে | 0female | |
সদাগৰে গৃহবাস কৰি সুখত কাল কটাবলৈ ধৰিলে | 0female | |
আমাৰ কাপোৰকানি কলা হল | 0female | |
আমি ঘৰলৈ গুচি আহিলো | 0female | |
এক গাৱঁত এহাল মাউৰা লৰা ছোৱালী আছিল লৰাটোৰ | 0female | |
নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই লৰাটোৰ বুদ্ধিটো | 0female | |
সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞাঁ মানুহে | 0female | |
তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি চাপৰ | 0female | |
ঘৰে ঘৰে বাগৰি জাগৰি ঠোকোনা মোকোনা খাই বৰ দুখত উঠিছিল | 0female | |
সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ পিঠা | 0female | |
খাবৰ মন গল সি বায়েকক কলে | 0female | |
বায়েকে উত্তৰ দিলে এ বোপাই মন গলেই জানিবা | 0female | |
খাবি কৰপৰা ঈশ্বৰে আমাক সকলো সুখৰপৰা বঞ্চিত | 0female | |
কৰিছে নহলেনো আইবোপায়ে আমাক টিলৌ টোপৌকৈ এৰি মৰি | 0female | |
যায় নে কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো | 0female | |
দি থাকে কোনোমতে খুজিমাগি শাকেপাতে ভাত এগাল খাওঁ | 0female | |
পিঠা খাবলৈ বৰা ধান পাম কত তেল পাম | 0female | |
কত গুড় পাম কত | 0female | |
বায়েকৰ কথা শুনি তীখৰে অলপ পৰ টভক | 0female | |
মাৰি থাকি কলে চুটিবাই তই মোক জোখা এৰী | 0female | |
কাপোৰখনকে দে মই ওলাই যাওঁ এতিয়াই বৰা ধান | 0female | |
লৈ আহিমগৈ এইবুলি তীখৰে এৰীয়া কাপোৰখন গাত লৈ ওলাই গল | 0female | |
এঘৰ মানুহৰ ঘৰত বৰাধান মৰণা এটা দেখি | 0female | |
তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল গিৰিহঁতে | 0female | |
ধানখেৰ জোকাৰি আতঁৰাইছে তীখৰে তাক বাৰে ভচহু ফুচুৰি | 0female | |
কথা কৈ হহুঁৱাব লাগিছে এনেতে এবাৰ তীখৰে তাৰ | 0female | |
পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ | 0female | |
ভিতৰলৈ পঠিয়াই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে মানুহটোৱে | 0female | |
পানী লৈ আহি দেখে যে লৰাটো ধানৰ ওপৰত | 0female | |
বাগৰি ফুৰিছে সি তাক সুধিলে হেৰ তীখৰ তোৰ কি | 0female | |
হল অ তীখৰে কেঁকাই কেঁকাই উত্তৰ দিলে উস | 0female | |
মই পেটৰ কামোৰণিত ৰক্ষাকে পোৱা নাই কি কৰোঁ | 0female | |
কলৈ যাওঁ মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা | 0female | |
তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গলতে তীখৰে | 0female | |
উস মইও ঘৰলৈকে যাওঁ ইয়াত থাকিলে মৰিম | 0female | |
বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে ঘৰলৈ আহি | 0female | |
তীখৰে বায়েকক এইয়া ধান নে বুলি কৈ কাপোৰখন | 0female | |
জোকাৰি ধান এগাল উলিয়াই দিলে বায়েকৰ মহা ৰং | 0female | |
তাই কলে ধান জেনিবা পালো কিন্তু তেল এটোপা পাওঁ | 0female | |
কত তীখৰ আৰু মোক টেকেলী এটা দে বুলি কৈ | 0female | |
বায়েকক খুজি টেকেলি এটা লৈ আকৌ ওলাই গল | 0female | |
গৈ গৈ এঘৰ মানুহৰ ঘৰত তেলীশালত তেলপেৰা দেখি | 0female | |
তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক কলে ককাই | 0female | |
ময়ো বেটেৰিটোৰ ওপৰত উঠিম নে ভৰ সৰহ হলে | 0female | |
বেগাই তেল ওলাব শালৰ গৰাকীয়ে কলে উঠিবৰ মন | 0female | |
গৈছে যদি উঠ হানিনো কি বেটেৰিৰ ওপৰত উঠিয়েই | 0female | |
তীখৰে ৰাগ টানি গীত ধৰিলে | 0female | |
এ সীতা শান্তি এ তোক মই নোবোলো ভাল | 0female | |
সুবৰ্ণৰ দলিচাই গা জুৰ নহলে | 0female | |
সোণৰ অলঙ্কাৰ পাতিয়ে জকমকাব লাগিছে আৰু | 0female | |
তাইৰ গা গোটেইটো সোণময় হৈ আছে | 0female | |
কিন্তু অজগৰ তাত নাই | 0female | |
মাকে চম্পাৱতীক জগালত তাই সাৰ পাই | 0female | |
নিজৰ গাত অলঙ্কাৰ পাতি ভৰি থকা দেখি | 0female | |
তাইৰ আনন্দত পাৰ নোহোৱা হল | 0female | |
ইফালে চম্পাৰ বাপেকে লাগীক লগত লৈ চম্পাৱতীক | 0female | |
অজগৰে গিলিলে বুলি ভাবি আহি দেখে যে চম্পাৱতীৰ | 0female | |
গা সোণৰ অলঙ্কাৰেৰে জকমকাব লাগিছে | 0female | |
দেখিয়েই দুয়ো বিচ্যুৰ্তি খালে | 0female | |
চম্পাৱতীৰ এনে হোৱা দেখি লাগীৰ হিংসা লাগি | 0female | |
তেতিয়াই গিৰিয়েকক নিজৰ জীয়েকৰ নিমিত্তে | 0female | |
এটা অজগৰ আনিবলৈ কূটূৰিবলৈ ধৰিলে | 0female | |
গিৰিয়েকেও ঘৈনীয়েকৰ কথা শুনি লগত কিছুমান | 0female | |
মানুহ লৈ গৈ | 0female | |
বিচাৰি এটা অজগৰ সাপ ধৰি ঘৰলৈ লৈ আহিল | 0female | |
কেঁচা পাণ কেঁচা তামোল কাটি | 0female | |
লাগীয়েও নিজৰ জীয়েকক অজগৰৰ লগত দিলে | 0female | |
লাগীৰ আনন্দত সীমা নাই আজি জীয়েকে সোণৰ নতুন | 0female | |
নতুন অলংকাৰ পিন্ধিবলৈ পাব বুলি | 0female | |
আনন্দত মাক ৰাতি নুশুই জীয়েকৰ শোৱা কোঠালীৰ কাষতে বহি আছিল | 0female | |
ইফালে ৰাতি অজগৰ সাপে লাগীৰ জীয়েকক | 0female | |
জীয়েকে মাকক কলে | 0female | |
আই মোৰ কুটেকুটায় | 0female | |
কলে আই মোৰ জোঁৱায়ে পিন্ধায় | 0female | |
লাহে লাহে অজগৰে গিলি কঁকাল পালেগৈ | 0female | |
জীয়েকে কলে আই মোৰ কঁকাল কুটেকুটায় | 0female | |
মাকে কলে আই মোৰ জোঁৱায়ে মেখেলা পিন্ধায় | 0female | |
অজগৰে গিলি যেতিয়া জীয়েকে মাত লগালে | 0female | |
আই মোৰ কুটেকুটায় | 0female | |
মাকে উত্তৰ দিলে আই মোৰ জোঁৱায়ে মণি পিন্ধায় | 0female | |
লাহে লাহে অজগৰে গিলি মূৰ জীয়েকৰ আকৌ মাত নাইকিয়া হল | 0female | |
মাকে মোৰ জীয়ে পাই | 0female | |
আনন্দত টোপনি গৈছে | 0female | |
ইয়াকে মাকে ৰং মনেৰে শুই থাকিল | 0female | |
টোপনিৰ উঠি আনন্দ | 0female | |
মনেৰে গৈ দেখে জীয়েক নাই | 0female | |
অজগৰটোহে খহি গেৰেলা হৈ পৰি আছে | 0female | |
তেতিয়া তাই কথাটো বুজিব পাৰি | 0female | |
হুৰাওহুৰে কান্দিবলৈ ধৰিলে | 0female | |
কান্দোন শুনি গিৰিয়েক ওলাই আহি | 0female | |
কি হল বুলি সোধাত ঘৈণীয়েকে সকলো কথা কলত | 0female | |
সি ঢাচকৰে মাটিত পৰিল | 0female | |
এলাগী আৰু চম্পাৱতীয়েও কান্দিবলৈ ধৰিলে | 0female | |
গাঁৱৰ সকলো মানুহ আহি গিৰিয়েক ঘৈণীয়েকক নিন্দি পেটফালি | 0female | |
জীয়েকক উলিয়াই শটো খৰি দিলে | 0female | |
ইয়াৰ পিছতে গিৰিয়েক আৰু লাগীয়ে | 0female | |
এলাগী আৰু চম্পাৱতীক সমুলি দেখিব নোৱাৰা হল | 0female | |
দিনে ৰাতিয়ে কেনেকৈ মাক জীয়েকক মাৰিব পাৰিব | 0female | |
ইয়াকে সিহঁতে ভাবিবলৈ ধৰিলে | 0female | |
এদিন ৰাতি দুয়ো হাতত তৰোৱাল লৈ জীয়েকক | 0female |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.